মোৰ ভাবনাৰ বুৰবুৰণি
চকুৰে নেদেখা ডাৱৰৰ সিপাৰে
হে আকাশ হে ডাৱৰ, এদিন লগ পাম তোমাক আৰু আকোৱালি লম চিৰদিনৰ কাৰণে।
Thursday, 5 January 2012
অভিমান
নুশুধু তোমাক কিয় আহিছিলা
নুশুধু তোমাক কিয় আতৰি গ
’
লা
অথবা কি নাপালা মোৰ মাজত
কি হেৰুৱালা তুমি মোৰ কাষত
শুধিম মাথো বাৰে বাৰে
ভালে আছানে তুমি, কুশলে আছেনে সকলো?
গুন-গুনাম,
ভালে থাকিবা সদায়, আৰু নেহেৰোৱাবা একো।
1 comment:
Bikram M Baruah বিক্ৰম ম বৰুৱা
22 March 2013 at 20:51
নুশুদু -> নুসুধো
শুধিম -> সুধিম
(As Identified by Litikai: http://www.xobdo.org/litikai )
Reply
Delete
Replies
Reply
Add comment
Load more...
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
নুশুদু -> নুসুধো
ReplyDeleteশুধিম -> সুধিম
(As Identified by Litikai: http://www.xobdo.org/litikai )