tag:blogger.com,1999:blog-27131408116948248142024-03-08T13:07:22.306-08:00মোৰ ভাবনাৰ বুৰবুৰণিPranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.comBlogger19125tag:blogger.com,1999:blog-2713140811694824814.post-52155397373056291752013-03-25T04:21:00.002-07:002013-03-25T04:21:10.440-07:00
মাজবাটত মোক এৰি থৈ যোৱা ছোৱালিজনী
তোমাক ধন্যবাদ,
এঙেৰুৱা দর্পনখন সিদিনাই ভাঙিলো
য'ত প্রতিফলিত নহয় মোৰ জীৱন.....।।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com1tag:blogger.com,1999:blog-2713140811694824814.post-48196434088968542032013-01-21T22:25:00.003-08:002013-01-21T22:25:41.749-08:00
যাযাবৰীৰ ঠিকনা পৃথিবী,
মোক বিচাৰি তুমি
সন্ধ্যাৰ আকাশ নাচাবা,
তৰাবোৰ লুকাই থাকে দিনৰ পোহৰত
মোৰ যদি ঠিকনা লাগে
বৈ যোৱা নদীক চুবা.....।।
ডাকোৱালজনে মোৰ ঠিকনা নপঢ়ে
গাঁঠি দিয়ে মাথো ডাৱৰৰ পাখিত,
নৈ-পৰীয়া মিচিং ডেকাটিৰ বাঁহিত
সেয়ে ঐনিতমৰ সুৰ চেনেহৰ কনেঙৰ চিনাকি.....।।
যাযাবৰীৰ ঠিকনা পৃথিবী,
মোক বিচাৰি তুমি
সন্ধ্যাৰ আকাশ নাচাবা,
মলয়াৰ সতে মোৰ প্রেম আজীৱন....।।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com1tag:blogger.com,1999:blog-2713140811694824814.post-41392117615673887552012-08-08T22:13:00.002-07:002012-08-08T22:13:57.972-07:00সুখৰ সন্ধানত এনিশা:
(১)
ভালপোৱাৰ মৰমী ঘাট
শুকান বালিয়ে বব ক্ষনিক দুভৰিৰ দাগ
চিৰাচিৰ হোৱা কলিজাত আচহুৱা আবিলতা
ঢাকীব নোৱাৰা.......।।
(২)
দুবৰিক ভালপোৱা কবিয়ে কয়
যেন বুকুয়েদি বয় নিয়ৰৰ নৈ
বকুলে বগা আঁচলে ধাকি
ৰ'দস্নান কৰায় মোৰ প্রেয়সীক......।।
(৩)
সুবিশাল আকাশক চিঞঁৰি সুধিলো
ইমান নীলা ক’ত পালা তুমি,
সিন্ধুত বিন্দু হৈ বিছাৰি আনিলো
গভীৰ বক্ষৰ প্রেম-কাঁচলি.........।।
(৪)
বিচাৰিলেই পোৱা যায় দুখৰ শিপা
হেপাহৰ জমিনত যাতনাৰ পীড়া,
উঘালো বুলিও জানো পাৰা,
উঘালিব সুখৰ নিদান....।।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-49676579886040051552012-07-07T03:36:00.000-07:002012-07-07T03:36:07.916-07:00
(১)
তুমি যি পথে গলাগৈ
সেই পথ চাগৈ জোনাকী-জোনাকী
গাত সানি বকুলৰ সুবাস
সেই পথে বাজে সুৰীয়া বাঁহি।
(২)
কবিতাই ভৰি পৰক মোৰ এবেগেতিয়া বুকু
চন্দ্রই ভৰ হওক নিশকতিয়া সপোন
সপোনত আহিবা এটি মিঠা কবিতা হৈ
বান্ধি থম শব্দৰ মায়া-জালেৰে ঐ................
(৩)
ভাগৰোৱা মই
তুমি যদি ভাবা
এশাৰী মাতে আনিব ওভতাই
ভুল তুমি
তোমাৰ উশাহত জীয়াও মই...................।।।
(৪)
টিকলৌ টিকলৌকে দৌৰে
প্রেমৰ অশ্বমেধ ঘোঁৰা
কোনটি ঘাটত এডিঙি পানী
অথবা
কোনটি বাটত সৰে
কুন্তলৰ জলপৰি............
(৫)
মৰমবোৰ বৈ যায়
দুটি পদুম কলীত
জীয়াঁটিৰ নাচোন চাই...........
(৬)
সাঁজবাটি আৰু কেচা নিমখ-জলকিয়া
তাতো তোমাকেই দেখো
পাগল প্রেমিক মই
বুকু খান্দি প্রেম দিব পাৰো........
(৭)
সপোন বোৰ কেনি
মোক কোনে ক'ব
আঁচলৰ ফাকে এটি জোন জ্বলিব
দিঠকে জানো পাহৰিব
সুখে-দুখে কাষতে ৰ'ব
কপালত বেলিটি আঁকি
মোৰ সোন আহিব..........................
(৮)
শুনিছিলো এই কবিবোৰ বোলে
বৰ স্বাধীন জীৱ
কিন্তু এতিয়া দেখিলো
তোমাক তোমাৰ শয্যাগত অৱস্থাত
উপলব্ধী যেন
তুমি কাৰো ওচৰত পৰাধীন নহয়
না আমাৰ ওচৰত না ওপৰৰ জনাৰ।
(৯)
যেনেকৈ ভালপাওঁ বুলিয়ে কাকো ভাল পাব নোৱাৰি
তেনেকৈ কওঁ বুলিয়ে সকলো কৈ দিব নোৱাৰি
কলিজা কুটি খোৱা দুখবোৰো দেখুন
আপোন নহলেও
দলিয়াই দিব নোৱাৰি।
(১০)
মৰাৰ মুখত পানী দিয়া মানুহ আমি
জীয়াই থাকোতে আহৰি নাই
এষাৰ মাতৰ,
আত্মাবোৰেও চাগে হাঁহে
আমাৰ ফালে চাই
কিযে এটা আচৰিত জাতি।।
(১১)
প্রেমত আওপুৰণি মই
আৰু আওপুৰণি মোৰ
কলিজা;
কামিজত ক'লা জামুৰ দাগ
আৰু বুকুত ?
আৰু
বুকুত তোমাৰ বেদনা।।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-10643666781713406192012-06-26T01:17:00.002-07:002012-06-26T01:17:19.988-07:00তোমাক পাহৰিবলে পাহৰি গলো
যদি অকস্মাৎ,
যদি অকস্মাৎ ক’ৰবাত লগ পাই যোৱা,
ব্যস্ততাৰ কলনিত নতুবা হুমুনিয়াৰ আবেলিত
শুধিবা নেকি কেনে আছা তুমি
নষ্টালজিৰ বুকুচাত উঠি আকৌ উভতি যোৱানেকি
দুয়ো ভিজা আবতৰিয়া বৰষুনজাক বিচাৰি।
জানা, মোৰ কিন্তু তোমাক ক’ব লগিয়া একো নাই
অথবা সুধিবলগিয়াও
তুমি হয়তো ক’বা....
ইমান দিন আমি লগ পোৱা নাই
তথাপিও?
মই হয়তো মিচিকিয়াম
হয়তো কম,
কোনে ক’লে তোমাক আমাৰ বহুত দিন দেখা হোৱা নাই
কেনেকৈ ভাবিলা
একোৱেই খবৰ মই ৰখা নাই,
প্রতেক বোৱাৰী পুৱাই
শেতেলীৰ ব্যথাক সমাধিস্থ কৰি
কুন্তলৰ পৰা সৰি পৰে যেন জলপৰি
সদ্যস্নাতা তুমি,
মন যায়
আবেলিৰ বেলিৰ সমস্ত আবিৰ
চোৰ কৰিম এদিন
আৰু সানি দিম তোমাৰ শিৰত
সলাই দিম তোমাৰ ভাগ্য লিপি।
কিন্তু তুমি নুবুজা
আৰু নুবুজাৰ বাবেইটো
সিদিনা অনাকাংক্ষিত ভাবে
আহিছিল সেই বতৰা
তুমি হেৰাই গৈছিলা সুখৰ সন্ধানত,
জন্ম দিছিলা এটা ৰহস্যময় কেকুৰিৰ
যত ৰৈ মই আজিও মোক বিচাৰো
নাই পাহৰা তোমাক
কাহানিও নাপাহৰো।
সুধিবানেকি তোমাৰ শেষ প্রশ্ন
কিদৰে মই জিয়াই থাকিলো?
অনুভৱৰ দুৱাৰত টুকুৰিয়াই কওঁ
তোমাক পাহৰিবলে
মই কাহানিবাই পাহৰি গলো।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-83971256074335135742012-06-25T01:23:00.003-07:002012-07-07T03:36:39.246-07:00সেউজীয়া বুকু
মোৰ হিয়াত এগছি চাকি
জ্বলালা আহি
গুপনে গুপনে....
মলয়াই দিয়ে
বতৰা প্রেমৰ
মোৰ কানে কানে...
বাট হেৰুৱা পখিটিয়ে
উৰা মাৰে সাহে
তাৰ পোহৰে পোহৰে
মোৰ হিয়াত এগছি চাকি
জ্বলালা আহি
গুপনে গুপনে....।।
পদুলিৰ দুৱৰিয়ে হাঁহে
তুমি অহাৰ বাতৰি পালে
বকুল জুপিয়েও দলিছা পাৰে
প্রভাততে তোমাক আদৰিবলে
ওৰে ৰাতি দিয়াহি ধৰা
মোৰ দুচকুতে
সপোনে সপোনে....
মোৰ হিয়াত এগছি চাকি
জ্বলালা আহি
গুপনে গুপনে....।।
দুৰৰ তৰাবোৰে আজি
জোনৰ লগত
কি জানো খেলা পাতে
মাদল বাজে
মোৰ বুকুতে
তোমাৰ দুভৰিৰ শবদতে
কলিজাত ফুলা এটি ৰাগে
নিৰবতাৰ সুৰ তুলে
দুটি কম্পিত দেহতে....
মোৰ হিয়াত এগছি চাকি
জ্বলালা আহি
গুপনে গুপনে....
মলয়াই দিয়ে
বতৰা প্রেমৰ
মোৰ কানে কানে...
বাট হেৰুৱা পখিটিয়ে
উৰা মাৰে সাহে
তাৰ পোহৰে পোহৰে ।।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-60396452893372162832012-06-21T01:12:00.004-07:002012-06-21T01:12:27.121-07:00
দুবৰি
মোৰ
প্রথম প্রেম,
নিয়ৰ
কিয় বাৰে বাৰে
প্রেয়সিৰ
চকুলো বিচাৰা,
শেৱালী
শুভ্র ৰুমাল
মচিবা বান্ধবীৰ
চকুপানী,
জোনাক
অলপ সপোন
আৰু অলপ
লোকাভাকু,
সুৰুজ
পিন্ধোৱা
মনি মুকুতা
ভৰি পৰক
দুবৰি দলিচা।
কাৰন,
দুবৰি
মোৰ
প্রথম প্রেম।।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-24585807285095245352012-06-19T04:17:00.000-07:002012-06-19T04:17:06.775-07:00
প্রেমত আওপুৰণি মই
আৰু আওপুৰণি মোৰ
কলিজা;
কামিজত ক'লা জামুৰ দাগ
আৰু বুকুত ?
আৰু
বুকুত তোমাৰ বেদনা।।
(২)
তুমি ৰোৱা গোলাপজোপা
এতিয়াও ফুলে মোৰ বুকুত,
লাগে যদি ক'বা
হেপাহেৰে বান্ধিম তাৰ ডালত
অলপ স্মৃতি আৰু অলপ ভালপোৱা,
শিপালেই পঠিয়াম তোমালে
এটা সপোন, বহু পুৰনি........।।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-67412896389093756812012-06-10T23:10:00.001-07:002012-06-10T23:10:38.234-07:00
মলিন কামিজত বেদনাৰ দাগ
চিনাকিজনো হয় অচিনাকি
ৰঙীন সপোনে খায় উজুটি
আন্ধাৰ পোহৰৰ ভতিয়নি সোঁতত
নিমিলা অঙ্ক এই জীৱন নাটৰ।।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-53128579192065077332012-06-10T23:09:00.001-07:002012-06-10T23:09:42.863-07:00
তাইৰ মৰহি যোৱা উদঙ বক্ষ
জিলিকি উঠা বালিচৰ
অকাল বাধ্যর্ক দেখি
এতিয়া ডুমুনীৰ দুখ।
বর্ষাঘন ৰাতিবোৰ
ডুমুনীৰ সপোন
পালেং শাকৰ জুতি
খোলাত ভাঙন
কলিয়াৰ গাত অকতা সুবাস
নৈখনৰ শুকান বক্ষযুগল
পীন্নোনতমুখি।
এলান্ধুৰ কৰাল
জাকৈ খালৈ
পলহত শুকান মেতেকাৰ চুলি
এতিয়া আৰু নাহে ওফন্দি
বান্ধত পৰিল
চঞ্চল সোৱনশিৰি।
এতিয়া ডুমুনীৰ দুখ
দোকমোকালিত গাত হেচুকি
নাযায় কলিয়া
মাছলৈ বুলি।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-6453587628377792642012-06-10T23:04:00.004-07:002012-06-10T23:04:45.513-07:00
ব্যতিব্যস্ত প্রতিপল
কাঁইট হৈ বিন্ধে
উত্তৰবিহীন এটা প্রশ্নই,
এতিয়া যেন
ওভতনি যাত্রা আদিম বাটত।
পাৰ ভাগিব পাৰে,
প্রলয় নামিব পাৰে সভ্যতাৰ নগৰীত
বিস্ফোৰিত ক্ষোভৰ অগনিত।
দেউতাৰ চিতাৰ জুইত
স্তব্ধ হৈ যায় চকুলো,
হৃদয়হীন পাষাণৰ কিৰিলিত
নিশেষ হয় কণমানি সপোন।
কি বুলি ক’বা তুমি বন্ধুৰ আগত,
চিৰ সেউজ মোৰ মাতৃভূমি
নে ঘৃণাৰে আঙুলিয়াই চিঞঁৰি উঠিবা
হয় সেইয়াই তুমি কোৱা আদিম নগৰী।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-38580881536386099182012-06-10T23:00:00.004-07:002012-06-10T23:01:02.725-07:00
______________________________<wbr></wbr>______
এটা দুটা তিনিটা চাৰিটা
হিচাপ কৰি কৰি শেষ হৈ যায়
আঙুলিৰ গাঁঠি
কিন্তু শেষ নহয়
দুখীয়াৰ দুখ
আৰু শেষ নহয় বিজতৰীয়া
বন্ধ সংস্কৃতি,
হে মহান নেতাসকল
কেতিয়া বুজিবা
বন্ধ মানে অনাহাৰ
বন্ধ মানে পেটত গামোচা
আৰু কাৰোবাৰ বাবে
মাথো মতলবী আখৰা,
তোমালোকে খুলি দিয়া চকাবোৰত
পাম মাৰোতে মাৰোতে
এতিয়া মোৰো হাত দুখন টান হৈ পৰিছে
ছিঙিব পৰাকে বন্দীত্বৰ শিকলি,
ফটা চেণ্ডেলত মঁৰাপাতৰ ফিটা
তথাপিও মহতিয়াই যাওঁ
অগ্নিকনা হৈ
তথাকথিত প্রতিবাদী ৰাষ্টা
য’ত থাকে মাথো
পোৰা টায়াৰৰ গোন্ধ
নাথাকে সাহস, আজুঁৰি অনাৰ
গৰীবৰ বাবে
সঁচা স্বাধীনতা।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-82893658978988158342012-06-10T22:58:00.000-07:002012-06-10T23:06:53.102-07:00
তুমি অহাৰ বাটে,
বিৰিনা বনৰ জুই নালাগে লগাব
কোমলীয়া মন মোৰ গলাবলে,
আহিবা নিশাটি বুকুতে বান্ধি
হৈ তৃষ্ণাতুৰ মৌপিয়া জনি,
পুৱতিক কন্দুৱাই নালাগে যাব
তল সৰা শেৱালি গচকি
বকুলৰ মালাৰে বান্ধো আহা
এই সময় সোনোৱালী.......
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-63220643268473414802012-02-21T21:50:00.002-08:002012-06-10T23:57:21.335-07:00লক্ষ্য এতিয়া মাথো সুর্য্যৰ
শব্দবোৰ এতিয়া বহু দূৰ
তাৰ ঠাইত বাহ লৈছে এটা নতুন সুৰে
এটা বুজাব নোৱাৰা সুৰ
যেন দূৰৰ পৰা ভাহি অহা
এটা নিঠৰুৱা ঐনিতমৰ সুৰ।<o:p></o:p>
চাৰি মাহ পাঁচ দিন
মনত আছেনে তোমাৰ বাৰটো ?
মোৰ কিন্তু আছে,
সেইদিনা শুক্ল পক্ষ আছিল
আৰু সেইদিনা ওলায়ে ডুবিছিল জোনটো
আৰু সৰি পৰিছিল এটা বাট হেৰুৱা পক্ষী
কাৰণ
তোমাৰ ডেউকাৰে সি উৰিব খুজিছিল
চুমিব খুজিছিল তাৰ আচমান<o:p></o:p>
মক্ ফুনৰ লিপিয়ে সি আঁকিছিল<o:p></o:p>
তুমি নুবুজা এটা গান।<o:p></o:p>
গছৰ পাতে কান্দিছিল সেই নিশা<o:p></o:p>
শিপাৰ সন্ধানত নামিছিল এজাক চকুপানী<o:p></o:p>
তৰাবোৰ দাহ গৈছিল যাতনাৰ মৰুভুমিত<o:p></o:p>
ইমান পাচতো<o:p></o:p>
পক্ষীটি বাৰে বাৰে উৰিব খুজিছিল<o:p></o:p>
লক্ষ্য নাছিলা কিন্তু তুমি<o:p></o:p>
লক্ষ্য আছিল তাৰ সূর্য্য<o:p></o:p>
হয়<o:p></o:p>
লক্ষ্য আছিল মাথো সুর্য্যৰ।<o:p></o:p>
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-21890012312161956792012-02-09T02:35:00.000-08:002012-02-09T02:35:23.655-08:00এতিয়া ভালপোৱাৰ সময়
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-36351928082637451822012-02-03T23:06:00.000-08:002012-02-03T23:06:06.431-08:00ৰাতিৰ ৰামধেনু
জোনৰ দেশত থকা ৰামধেনু,
তুমি তৰাৰ ৰামধেনু।
হাজাৰ ৰঙৰ শিখাবোৰ
টোপ টোপকে সৰি পৰে
মোৰ আঘোনৰ পথাৰত।
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-29632009739612885752012-01-05T22:26:00.000-08:002012-06-25T01:30:24.188-07:00অভিমান
নুশুধু তোমাক কিয় আহিছিলা<o:p></o:p>
নুশুধু তোমাক কিয় আতৰি গ’লা<o:p></o:p>
অথবা কি নাপালা মোৰ মাজত<o:p></o:p>
কি হেৰুৱালা তুমি মোৰ কাষত<o:p></o:p>
শুধিম মাথো বাৰে বাৰে<o:p></o:p>
ভালে আছানে তুমি, কুশলে আছেনে সকলো?<o:p></o:p>
গুন-গুনাম,<o:p></o:p>
ভালে থাকিবা সদায়, আৰু নেহেৰোৱাবা একো।<o:p></o:p>
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com1tag:blogger.com,1999:blog-2713140811694824814.post-70592342418012215852012-01-05T22:22:00.001-08:002012-06-10T23:56:18.163-07:00জীবনৰ গান
আশাবোৰ শেষ মানে কি সকলো শেষ?<o:p></o:p>
নহয়।<o:p></o:p>
আমাক জীৱনে কি দিয়া নাই<o:p></o:p>
বৰষুণৰ শেষত ৰ’দ দিছে<o:p></o:p>
সৰাপাতৰ শেষত কুহিঁপাত<o:p></o:p>
অথবা <o:p></o:p>
জয়াল নিশাবোৰ শেষ কৰি<o:p></o:p>
জীৱনৰ আশাৰ ৰেঙণি।<o:p></o:p>
হাহাকাৰ কৰা আমাৰ মনবোৰক<o:p></o:p>
কিয় আমি বুজাব নোৱাৰু<o:p></o:p>
ইউক্লিপটাছ বুৰঞ্জী।<o:p></o:p>
আমি আকাশৰ সপোন দেখিম<o:p></o:p>
কেৱল আকাশ<o:p></o:p>
হাজাৰ ধুমুহাৰ লগত খেলিম<o:p></o:p>
মোৰ যে সপোন কেৱল <o:p></o:p>
আকাশ, কেৱল আকাশ।<o:p></o:p>
বেদনাবোৰ কিমান গধুৰ?<o:p></o:p>
মাতৃৰ প্রসব বেদনাতকৈও নে?<o:p></o:p>
দুখ পালে কান্দা কান্দা আৰু কান্দা<o:p></o:p>
কাৰণ <o:p></o:p>
ইয়াৰ পিছতেই আমি হাঁহিব লাগিব<o:p></o:p>
আকৌ নতুন সপোন <o:p></o:p>
আকৌ নতুন আশা<o:p></o:p>
জীৱনৰ সোনোৱালি বাট<o:p></o:p>
আমি যে বুলিবই লাগিব।<o:p></o:p>
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0tag:blogger.com,1999:blog-2713140811694824814.post-22623636275834415252012-01-05T22:03:00.001-08:002012-01-05T22:03:46.045-08:00প্রেমৰ মালিতা
প্রেম-<o:p></o:p>
এনেকুৱাই-<o:p></o:p>
কোনোবাই কাৰোবাক প্রতিশোধ ল’বৰ বাবে<o:p></o:p>
কাৰোবাক হয়তো ভাল লাগি গ’ল এনেয়ে<o:p></o:p>
বিছাৰি আহিব পাৰে আপোনাৰ কোলাত<o:p></o:p>
অলপ নিৰাপত্তা অলপ সময়ৰ বাবে<o:p></o:p>
প্রেম-<o:p></o:p>
এনেকুৱাই-<o:p></o:p>
আধুনিকতাৰ তাৰনাত আপোনাক কঙাল কৰিবলে<o:p></o:p>
উদভ্রান্ত শৰীৰে বিছৰা নতুনত্বৰ বাবে<o:p></o:p>
আঁকি থৈ যাব আপোনাৰ বুকুত<o:p></o:p>
কিছু নুবুজা জ্যমিতিৰ আক বাক<o:p></o:p>
প্রেম-<o:p></o:p>
এনেকুৱাই-<o:p></o:p>
কালি হয়তো কৈছিল “মৰি যাব পাৰো তোমাক নাপালে”<o:p></o:p>
আজি উদবাউল হৈ কবহি “জানা তেওঁ আকৌ ঘুৰি আহিছে”<o:p></o:p>
“পাৰিলে মাফ কৰি দিবা মোক”<o:p></o:p>
“তোমাক বহুত কষ্ট দিলো”<o:p></o:p>
প্রেম-<o:p></o:p>
এনেকুৱাই-<o:p></o:p>
ধূমূহাৰ দৰে আহে ধূমূহাৰ দৰে আতৰি যায়<o:p></o:p>
সিচি থৈ যাব মাথো আপোনাৰ বুকুত<o:p></o:p>
এমুথি শুকান পাত<o:p></o:p>
প্রেম-<o:p></o:p>
এনেকুৱাই-<o:p></o:p>
Pranab Jyoti Dashttp://www.blogger.com/profile/16368301410172689725noreply@blogger.com0